হ-য-ব-ৰ-ল (H-Z-B-R-L by Laxminath Bezbaruah)
হ-য-ব-ৰ-ল (H-Z-B-R-L by Lax... Lyrics & Chords
‘হ-য-ব-ৰ-ল’, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰদ্বাৰা ৰচিত আৰু বাঁহী, দ্বিতীয় বছৰ, একাদশ সংখ্যা (ফাগুন- ১৮৫৩ শক)-ত প্ৰকাশিত এখন তিনিটা দৃশ্যৰ চক্ৰান্তমূলক, পৰিস্থিতি ভিত্তিক নাটক৷ ‘হ-য-ব-ৰ-ল’ শব্দটোৰ অন্যতম অৰ্থ হ’ল ওলট-পালট বা গোলমলীয়া৷ এটা কুকুৰক কেন্দ্ৰ কৰি নাটকীয় চক্ৰান্তটো সৃষ্টি হৈছে৷ কাহিনী অনুসৰি ’পীতৰাম’ৰ ঘৈণীয়েক ’ললিতা’ই কুকুৰ ভাল পায়৷ কিন্তু পীতৰামে কুকুৰ চকু পাৰি দেখিব নোৱাৰে৷ সেয়ে পীতৰামে বন্ধুপত্নী ‘ৰুক্মিণী’ আৰু বন্ধুপুত্ৰ ’টেপু’ৰ সহযোগত কুকুৰটো আঁতৰাবলৈ ফন্দি পাতে৷ কিন্তু ’টেপু’ৱে কুকুৰটো ক’ৰবাত লুকুৱাই থৈ অহাৰ ফলত বিষম প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ পীতৰাম আৰু পত্নী ললিতাৰ মাজত কথা-বাৰ্তা, খোৱা-লোৱা বন্ধ হয়৷ ‘হ-য-ব-ৰ-ল’ক এখন সফল একাঙ্কিয়া নাটক বুলি স্বীকৃতি দিব পাৰি৷
এই নাট্য-পাঠ ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি ‘সামূহিক স্বেচ্ছামূলক অৱদানে’ৰে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়োৱা হৈছে।
Info
November 22, 2011
Albums
হ-য-ব-ৰ-ল
1 song | 0 comments
Stats
- 55 Plays
- 0 Favorites
- 1 Likes
- 0 Comments
- 0 হ-য-ব-ৰ-ল (H-Z-B-R-L by Lax... MP3 Download


No comments yet. Be the first to comment